dcsimg

পৰুৱা ( Assamese )

provided by wikipedia emerging languages

পৰুৱা ফৰ্মিচিডে পৰিয়ালৰ এটি পতংগ যিয়ে গোট বনাই থাকে। মতা পৰুৱাৰ পাখি থাকে।[1]

জীৱন আৰু প্ৰজনন

পৰুৱাৰ জীৱন এটি কণিৰ পৰা আৰম্ভ হয়। যদি কণিটো নিষেচিত হয়, পৰুৱা মাইকী হ'ব, নহ'লে মতা। পৰুৱাৰ জীৱনত ৪টা ভাগ থাকে। পৰুৱা সম্পূৰ্ণ ৰূপে ৰূপান্তৰ হয়। ভাগ কেইটা পলু, লেটা আদি। পৰুৱাটোৰ বৰ্গ পলু অৱস্থাতেই নিৰ্ণয় হয়। মাথো ৰাণী আৰু প্ৰজননক্ষম মাইকীয়েহে যৌন সম্পৰ্ক কৰিব পাৰে। কিছু বাহত এজনীতকৈ অধিক ৰাণী থাকে।[2]

খাদ্য

বেলেগ বেলেগ প্ৰজাতিৰ খাদ্য অভ্যাস বেলেগ বেলেগ। পৰুৱা মাংসভোজী, তৃণভোজী বা সৰ্বভোজী হ'ব পাৰে। সাধাৰণতে পৰুৱাই ফুলৰ ৰস, কীট-পতংগ আদি খায়। কিছু পৰুৱাই গোটি খায়, কিছুৱে ভেকুৰ আদি খায়।[3]

তথ্য সংগ্ৰহ

  1. http://www.thefreedictionary.com/ant
  2. http://www.animalcorner.co.uk/insects/ants/ant_reproduction.html
  3. http://www.infoplease.com/encyclopedia/science/ant-feeding-habits.html
license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

পৰুৱা: Brief Summary ( Assamese )

provided by wikipedia emerging languages

পৰুৱা ফৰ্মিচিডে পৰিয়ালৰ এটি পতংগ যিয়ে গোট বনাই থাকে। মতা পৰুৱাৰ পাখি থাকে।

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors