dcsimg

ঢোঁৰা সাপ ( الأسامية )

المقدمة من wikipedia emerging languages

ঢোঁৰা সাপ (ইংৰাজী: checkered keelback বা Asiatic water snake, বৈজ্ঞানিক নাম-Xenochrophis piscator) এছিয়া মহাদেশত বিস্তৃত হৈ থকা এবিধ বিহ নথকা (non venomous) সাপৰ প্ৰজাতি৷

বিৱৰণ

 src=
ঢোঁৰা সাপৰ গাৰ বাকলিৰ ধৰণ

ঢোঁৰা সাপৰ চকুযোৰ তুলনামূলক ভাবে যথেষ্ট সৰু৷ ইয়াৰ গাৰ বাকলিবোৰ ১৯ টা শাৰীত সজ্জিত হৈ থাকে৷ ইয়াৰ গাৰ বৰণ ঠাইবিশেষে বেলেগ বেলেগ হ'ব পাৰে৷ সমগ্ৰ দেহটোত কিছুমান গাঢ় ৰঙৰ ফোঁট থাকে৷ দেহটো দেখাত হালধীয়া বৰণৰ হয়৷ [1]

বাসস্থান

ঢোঁৰা সাপ ঘাইকৈ পুখুৰী বা নৈৰ আশে পাশে দেখিবলৈ পোৱা যায়৷ ই সাধাৰণতে সৰু মাছ আৰু পানী ভেকুলী আদি খাই জীয়াই থাকে৷

বিতৰণ

ঢোঁৰা সাপ প্ৰধানকৈ আফগানিস্তান, বাংলাদেশ, পাকিস্তান, শ্ৰীলংকা, ভাৰত, ম্যানমাৰ, থাইলেণ্ড, লাওছ, ভিয়েটনাম, পশ্চিম মালয়েছিয়া, চীন, টাইৱান আৰু ইন্দোনেছিয়া আদি দেশত বিস্তৃত হৈ আছে৷

প্ৰকাৰ

  • X. p. melanzostus: Indonesia (Borneo [?], Java, Sulawesi [?]; Sumatra), India (Andaman and Nicobar Islands)
  • X. p. piscator (Schneider, 1799): Bangladesh, Bhutan, India, Myanmar, Pakistan, People's Republic of China (including Hainan), Sri Lanka, Taiwan, and Thailand

আলোকচিত্ৰৰ ভঁৰাল

তথ্যসুত্ৰ

  1. Boulenger, G.A. (1890) Fauna of British India. Reptilia and Batrachia.

লগতে চাওক

  • Dutt, Kalma 1970 Chromosome Variation in Two Populations of Xenochrophis piscator Schn. from North and South India (Serpentes, Colubridae). Cytologia 35: pp. 455–464
  • Schneider, J. G., 1799 Historiae Amphibiorum narturalis et literariae. Fasciculus primus, continens Ranas. Calamitas, Bufones, Salamandras et Hydros. Jena, 266 S.
ترخيص
cc-by-sa-3.0
حقوق النشر
Wikipedia authors and editors
النص الأصلي
زيارة المصدر
موقع الشريك
wikipedia emerging languages

ঢোঁৰা সাপ: Brief Summary ( الأسامية )

المقدمة من wikipedia emerging languages

ঢোঁৰা সাপ (ইংৰাজী: checkered keelback বা Asiatic water snake, বৈজ্ঞানিক নাম-Xenochrophis piscator) এছিয়া মহাদেশত বিস্তৃত হৈ থকা এবিধ বিহ নথকা (non venomous) সাপৰ প্ৰজাতি৷

ترخيص
cc-by-sa-3.0
حقوق النشر
Wikipedia authors and editors
النص الأصلي
زيارة المصدر
موقع الشريك
wikipedia emerging languages