তিতা চঁপা (বৈজ্ঞানিক নাম: Magnolia champaca) হৈছে মেগ্নোলিয়াচিয়া পৰিয়ালৰ অন্তৰ্গত এক বৃহৎ চিৰসেউজীয়া উদ্ভিদৰ প্ৰজাতি।[3] পূৰ্ৱতে ইয়াকt Michelia champaca নামেৰে শ্ৰেণীবিভাজন কৰা হৈছিল।[3] ইয়াক ইয়াৰ সুগন্ধি ফুলৰ বাবে জনা যায়। ইয়াৰ কাঠ অতি উৎকৃষ্ট মানৰ।
তিতা চঁপাৰ বৈজ্ঞানিক নামৰ champaca পদাংশ সংস্কৃত শব্দ চম্পকৰ (উচ্চাৰণ tʃaɱpaka)[4] পৰা আহৰণ কৰা হৈছে। ইয়াক ইংৰাজীত চম্পক(champak) বুলি কোৱা হয়।[5]
তিতা চঁপা (বৈজ্ঞানিক নাম: Magnolia champaca) হৈছে মেগ্নোলিয়াচিয়া পৰিয়ালৰ অন্তৰ্গত এক বৃহৎ চিৰসেউজীয়া উদ্ভিদৰ প্ৰজাতি। পূৰ্ৱতে ইয়াকt Michelia champaca নামেৰে শ্ৰেণীবিভাজন কৰা হৈছিল। ইয়াক ইয়াৰ সুগন্ধি ফুলৰ বাবে জনা যায়। ইয়াৰ কাঠ অতি উৎকৃষ্ট মানৰ।