ঝুনঝুনি গছ (বৈজ্ঞানিক নাম: Crotalaria pallida), সাধাৰণতে ঘণ্টাকৰ্ণ অন্য ভাষাত চিকু চিকু (chique chique), গাৰ্গেলিম ব্ৰেভো (gergellim bravo), জাইণ্ট ষ্ট্ৰিয়াটা (giant striata), গুইজ-ডে-কাচকাভেল (guizo-de-cascavel), মাৰাকা-ডে-কব্ৰা (maraca-de-cobra), ৰেটল ৱিড (rattleweed), ৰেটল বক্স (rattlebox), স্মুথ ক্ৰটালেৰিয়া (smooth crotalaria), ষ্ট্ৰিকড ৰেটলপড (streaked rattlepod), আদি নামেৰে জনাজাত এই উদ্ভিদজোপা ফেবেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ।[2][3]
এই গুল্মজাতীয় উদ্ভিদজোপা বাৰ্ষিক নাইবা অল্পজীৱি। ই প্ৰায় ১.৫ মিটাৰমান ওখ হয়। কাণ্ডত ক্ষুদ্ৰ ক্ষুদ্ৰ নোম থাকে। পাত তিনি পত্ৰিকাৰ প্ৰায় ২-৮.৫ চেমি দীঘল ঠাৰিত লাগি থাকে।, পত্ৰিকাবোৰ ডিম্বাকৃতিৰ। ফুল হালধীয়া, কেতিয়াবা ৰঙচুৱা হয়। এডাল দীঘল ঠাৰিত প্ৰায় ২০-৩০ পাহলৈকে ফুল ফুলে। ফল চিৰা চিৰা, মঙহাল, ভিতৰত ফোফোলা, প্ৰতি চিৰাত প্ৰায় ৩০-৪০ টালৈকে বীজ থাকে।[4]
ঝুনঝুনি গছ (বৈজ্ঞানিক নাম: Crotalaria pallida), সাধাৰণতে ঘণ্টাকৰ্ণ অন্য ভাষাত চিকু চিকু (chique chique), গাৰ্গেলিম ব্ৰেভো (gergellim bravo), জাইণ্ট ষ্ট্ৰিয়াটা (giant striata), গুইজ-ডে-কাচকাভেল (guizo-de-cascavel), মাৰাকা-ডে-কব্ৰা (maraca-de-cobra), ৰেটল ৱিড (rattleweed), ৰেটল বক্স (rattlebox), স্মুথ ক্ৰটালেৰিয়া (smooth crotalaria), ষ্ট্ৰিকড ৰেটলপড (streaked rattlepod), আদি নামেৰে জনাজাত এই উদ্ভিদজোপা ফেবেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ।
এই গুল্মজাতীয় উদ্ভিদজোপা বাৰ্ষিক নাইবা অল্পজীৱি। ই প্ৰায় ১.৫ মিটাৰমান ওখ হয়। কাণ্ডত ক্ষুদ্ৰ ক্ষুদ্ৰ নোম থাকে। পাত তিনি পত্ৰিকাৰ প্ৰায় ২-৮.৫ চেমি দীঘল ঠাৰিত লাগি থাকে।, পত্ৰিকাবোৰ ডিম্বাকৃতিৰ। ফুল হালধীয়া, কেতিয়াবা ৰঙচুৱা হয়। এডাল দীঘল ঠাৰিত প্ৰায় ২০-৩০ পাহলৈকে ফুল ফুলে। ফল চিৰা চিৰা, মঙহাল, ভিতৰত ফোফোলা, প্ৰতি চিৰাত প্ৰায় ৩০-৪০ টালৈকে বীজ থাকে।