dcsimg

যোগীলাও ( assamais )

fourni par wikipedia emerging languages
 src=
Crescentia cujete - MHNT

যোগীলাও, (বৈজ্ঞানিক নাম: Crescentia cujete) (ইংৰাজী: Calabash Tree) হৈছে আমেৰিকাৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ সৰু জোপোহা গছ আৰু তাৰ ফল। ই ছেণ্ট লুছিয়াৰ জাতীয় গছ। ভাৰতত ইয়াৰ প্ৰসাৰ প্ৰকৃতিগতভাবে বৃদ্ধি হোৱা দেখা গৈছে।[1]

গছজোপা মধ্যমীয়া আকাৰৰ চিৰসেউজীয়া, ফল দেখিবলৈ একবাৰে বেলৰ দৰে, কিন্তু আকাৰত ডাঙৰ। ইয়াৰ পাত পাতল সেউজীয়া উপবৃত্তাকাৰ, পাতবোৰ কাণ্ডত প্ৰায় লাগি থাকে, একে লগে পাঁচ-ছটা পাত যুক্ত হৈ থাকে। ফুল কাণ্ডৰ পৰা ওলাই আৰু ফুলৰ পৰা ফল হয়। ফল পকিবলৈ প্ৰায় সাত মাহ সময় লাগে। গ্ৰীষ্মৰ শেষ বা জেঠ মাহত এই গছত ফুল ফুলে, জানুৱাৰী − ছেপ্টেম্বৰ মাহ পৰ্যন্ত গছত ফুল আৰু ফল দেখা পোৱা যায়।

তথ্য সংগ্ৰহ

licence
cc-by-sa-3.0
droit d’auteur
Wikipedia authors and editors

যোগীলাও: Brief Summary ( assamais )

fourni par wikipedia emerging languages
 src= Crescentia cujete - MHNT

যোগীলাও, (বৈজ্ঞানিক নাম: Crescentia cujete) (ইংৰাজী: Calabash Tree) হৈছে আমেৰিকাৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ সৰু জোপোহা গছ আৰু তাৰ ফল। ই ছেণ্ট লুছিয়াৰ জাতীয় গছ। ভাৰতত ইয়াৰ প্ৰসাৰ প্ৰকৃতিগতভাবে বৃদ্ধি হোৱা দেখা গৈছে।