Ko Calamus flagellum he momo o te puninga huaota Calamus. He ahua rite tēnei tipu ki te Nīkau o Aotearoa, engari he tipu kake rākau tēnei. Ko te ingoa reo Pākehā he rattan palm.
কেলামাছ ফ্লেগেল্লাম (ইংৰাজী: Calamus flagellum) হৈছে এৰেকাচিয়া পৰিয়ালৰ অন্তৰ্গত বেত গছৰ এটা এছীয় প্ৰজাতি।[2] ভিয়েটনামীত ইয়াক মে চং আৰু অসমীয়াত চুলি বেত বুলি কয়।
কেলামাছ ফ্লেগেল্লাম (ইংৰাজী: Calamus flagellum) হৈছে এৰেকাচিয়া পৰিয়ালৰ অন্তৰ্গত বেত গছৰ এটা এছীয় প্ৰজাতি। ভিয়েটনামীত ইয়াক মে চং আৰু অসমীয়াত চুলি বেত বুলি কয়।