তিমি (ইংৰাজী: Cetacea) হৈছে এক প্ৰকাৰৰ জলজ প্ৰাণীৰ এক বিচিত্কতাৰে ভৰা অনুবৰ্গ।[2] তিমিৰ প্ৰায় ৮৮ টা জীৱিত প্ৰজাতি আছে। তিমিৰ দুটা উপ-বৰ্গ হৈছে Mysticeti আৰু Odontoceti। হোৱেল, ডলফিন আৰু পৰপইজ, হৈছে তিমিৰ অশ্ৰেণীকৃত উপগোট।[3][4][5][6]
তিমিৰ আকাৰ আৰু ওজন ক্ৰমে প্ৰায় 4.5 ফুট (1.4 মিটাৰ) আৰু সাঁচ:Convert/lbsৰ পৰা 110 ফুট (34 মিটাৰ) আৰু সাঁচ:Convert/ST পৰ্যন্ত হোৱা দেখা যায়। নীলী তিমি পৃথিৱীৰ আটাইটকৈ ডাঙৰ জীৱ।
তিমি (ইংৰাজী: Cetacea) হৈছে এক প্ৰকাৰৰ জলজ প্ৰাণীৰ এক বিচিত্কতাৰে ভৰা অনুবৰ্গ। তিমিৰ প্ৰায় ৮৮ টা জীৱিত প্ৰজাতি আছে। তিমিৰ দুটা উপ-বৰ্গ হৈছে Mysticeti আৰু Odontoceti। হোৱেল, ডলফিন আৰু পৰপইজ, হৈছে তিমিৰ অশ্ৰেণীকৃত উপগোট।
তিমিৰ আকাৰ আৰু ওজন ক্ৰমে প্ৰায় 4.5 ফুট (1.4 মিটাৰ) আৰু সাঁচ:Convert/lbsৰ পৰা 110 ফুট (34 মিটাৰ) আৰু সাঁচ:Convert/ST পৰ্যন্ত হোৱা দেখা যায়। নীলী তিমি পৃথিৱীৰ আটাইটকৈ ডাঙৰ জীৱ।