দাঁত বিজলা বা গাৰো দেওশাল (বৈজ্ঞানিক নাম: Dalbergia stipulacea) মজলীয়া আকাৰৰ এবিধ পৰ্ণপাতী গছ৷ অসমৰ প্ৰায়বোৰ বনভূমিতে দাঁত বিজলা গছৰ উৎপত্তি হয়৷
'Catalogue of Life' ৰ তালিকা অনুসৰি এই উদ্ভিদৰ তিনিটা উপপ্ৰজাতি দেখা পোৱা যায়৷[1]
দাঁত বিজলা মুকলিমুৰীয়া ঠাইত বিকশিত হয়৷ একোজোপা গছে ঠাল-ঠেঙুলি মেলি মেলাহি ৰূপ প্ৰদৰ্শন কৰে৷[2]
দাঁত বিজলা কাঠৰ মান মধ্যমীয়া৷ পুৰঠ কাঠ ঘৰ সজা আৰু চকি, মেজ আদি প্ৰস্তুত কৰা কামত এই কাঠ ব্যৱহাৰ কৰিব পাৰি৷ পাহাৰী নদীৰ মাছ মাৰিবৰ বাবেে এইবিধ গছৰ শিপা পূৰ্বতে বিহ হিচাপে ব্যৱহাৰ কৰা হৈছিল কিন্তু বৰ্তমান মাছ ধৰিবলৈ বিহ প্ৰয়োগ আইনমতে দণ্ডণীয়৷[2]
দাঁত বিজলা বা গাৰো দেওশাল (বৈজ্ঞানিক নাম: Dalbergia stipulacea) মজলীয়া আকাৰৰ এবিধ পৰ্ণপাতী গছ৷ অসমৰ প্ৰায়বোৰ বনভূমিতে দাঁত বিজলা গছৰ উৎপত্তি হয়৷
Dalbergia stipulacea[2][3][4][5][6][7] is a species of small tree, with the Vietnamese name trắc lá bẹ.[8] The genus Dalbergia is placed in the subfamily Faboideae and tribe Dalbergieae.[9]
The Catalogue of Life lists:[9]
Dalbergia stipulacea is a species of small tree, with the Vietnamese name trắc lá bẹ. The genus Dalbergia is placed in the subfamily Faboideae and tribe Dalbergieae.
Dalbergia stipulacea là một loài thực vật có hoa trong họ Đậu. Loài này được Roxb. miêu tả khoa học đầu tiên.[1]
Dalbergia stipulacea là một loài thực vật có hoa trong họ Đậu. Loài này được Roxb. miêu tả khoa học đầu tiên.