dcsimg

বৰখন্তি সাপ ( Assam dili )

wikipedia emerging languages tarafından sağlandı

বৰখন্তি সাপ (ইংৰাজী: Diard's blindsnake, বৈজ্ঞানিক নাম-Typhlops diardii) 'Typhlopidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সাপৰ প্ৰজাতি৷ এই সাপবিধ প্ৰধানকৈ দক্ষিণ-পূব এছিয়াত দেখা পোৱা যায়৷[2]

বিৱৰণ

বিতৰণ

এই সাপবিধ ঘাইকৈ ভাৰত, ম্যানমাৰ, থাইলেণ্ড, লাওছ, কম্বোডিয়া, ভিয়েটনাম, সুমাত্ৰা আদি দেশত বিস্তৃত হৈ আছে৷ বৰখন্তি সাপ ভাৰতৰ পশ্চিমবংগ আৰু অসমত সততে দেখা যায়৷ [1]

বাসস্থান

আচৰণ

খাদ্য

প্ৰজনন

lisans
cc-by-sa-3.0
telif hakkı
Wikipedia authors and editors

বৰখন্তি সাপ: Brief Summary ( Assam dili )

wikipedia emerging languages tarafından sağlandı

বৰখন্তি সাপ (ইংৰাজী: Diard's blindsnake, বৈজ্ঞানিক নাম-Typhlops diardii) 'Typhlopidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সাপৰ প্ৰজাতি৷ এই সাপবিধ প্ৰধানকৈ দক্ষিণ-পূব এছিয়াত দেখা পোৱা যায়৷

lisans
cc-by-sa-3.0
telif hakkı
Wikipedia authors and editors