Rhynchostylis-retusa
Опис:
Description: অসমীয়া: "কপৌ ফুল" বৈজ্ঞানিক নাম Rynchostylis Retysa৷ ই এৰিডিছ গোষ্ঠীৰ অন্তৰ্ভুক্ত বান্দা বা ভিণ্ডাজাতীয় গছ৷ আন গছৰ গাত বা মৃত বাকলিত ইহঁতে এবিধ অস্থানিক মূল (খামোচা মূল)ৰ সহায়ত বতাহ-বৰষুণত পৰি নোযোৱাকৈ খামোচ মাৰি ধৰি থাকে৷ পৰাশ্ৰয়ী উদ্ভিদ যদিও পোষক অৰ্থাৎ আশ্ৰয়দাতা বৃক্ষৰ পৰা ই আহাৰ শোষণ নকৰে৷ ইহঁত স্বপুষ্ট বা স্বভোজী৷ ষোড়শ শতিকাৰ আগভাগতে ইউৰোপত কপৌফুল পোনপ্ৰথমে আৱিষ্কৃত হৈছিল৷ ১৯৫৬চনত প্ৰথম বৰ্ণসংকৰ প্ৰজাতিৰ কপৌফুল সৃষ্টি কৰা হয়৷ কৃত্ৰিম প্ৰজননৰ দ্বাৰা সৃষ্ট কপৌফুলৰ বৰ্তমান প্ৰজাতিৰ সংখ্যা ৮,০০০৷. Date: 20 April 2020, 15:26:33. Source: Own work. Author: ৰাজদ্বীপ ৰাজবংশী.
Се јавува на следниве страници:
- Life
- Cellular
- Eukaryota (еукариот)
- Archaeplastida
- Chloroplastida
- Streptophyta
- Embryophytes
- Tracheophyta
- Spermatophytes (семени растенија)
- Angiosperms (дикотиледони)
- Monocots
- Asparagales (шпаргловидни)
- Orchidaceae (орхидеи)
- Rhynchostylis
- Rhynchostylis retusa
Сликата ја нема во ниедна збирка.
Информации за изворот
- лиценца
- cc-by-sa-3.0
- авторски права
- ৰাজদ্বীপ ৰাজবংশী
- создавач
- ৰাজদ্বীপ ৰাজবংশী
- изворно
- изворна податотека
- посети извор
- соработничко мреж. место
- Wikimedia Commons
- ID