Antheraea assamensis es un specie de Antheraea.
Iste action ha essite automaticamente identificate como damnose, e per consequente es prohibite. Si tu crede que tu action esseva constructive, per favor informa un administrator de lo que tu tentava facer. Un breve description del regula anti-abuso correspondente a tu action es: Iste articulo es troppo curte. Per favor, adde alcun phrases.
মুগা পলু (ইংৰাজী: Antheraea assamensis) হৈছে ছেছৰনিডিয়া (Saturniidae) পৰিয়ালৰ অন্তৰ্গত অসম ৰেছম মথৰ পলু। ইয়াক উত্তৰ-পূব ভাৰত (প্ৰধানকৈ অসম)ত পোৱা য়ায়, ইয়াত ৯৯% উৎপাদিত হয়।[1]
এই পলুৱে চোম গছ (Machilus bombycina) আৰু সোঁৱালো গছৰ (Litsea polyantha) পাত খাদ্য হিচাপে গ্ৰহণ কৰে।
মূগা পলুৰ পৰা আহৰণ কৰা ৰেছম কিছু সোনালী বৰণৰ আৰু যিমানেই পুৰণা হয়, সিমানেই তাৰ উজ্জ্বলতা বৃদ্ধি পায়। ই কেতিয়াও ৰং নেহেৰুৱাই আৰু কেতিয়াও ইয়াত দাগ নেলাগে। অন্য ৰেছম মথৰ দৰেই, মুগা মাইকী মথৰ উদৰ মতা মথৰ তুলনাত ডাঙৰ আৰু বেলনাকৃতিৰ। পলুসমূহো অন্য ৰেছম পলুৰ দৰেই ৰঙীন আৰু কেৱল এবিধ গছৰ পাত খায় (monophagous)।[2][3] সুন্দৰ সোণোবালী বৰণ আৰু স্থায়িত্বৰ বাবে মুগা জনসাধাৰণৰ মাজত জনপ্ৰিয়। আন ৰেচমৰ তুলনাত মুগা অতি সোনকালে বেয়া নহয় আৰু ইয়াক সহজে ধুব পৰা যায়। এযোৰ মুগা কাপোৰৰ আয়ুস প্ৰায় ৫০ বছৰ বা তাতোধিক হ'ব পাৰে। বিভিন্ন ৰসায়নে (যেনে ছালফিউৰিক এছিদ)মূগাৰ ক্ষতি কৰিব নোৱাৰে। কিন্তু যিহেতু মুগা সূতাৰ উৎপাদনৰ বাবে অত্যাধিক মাত্ৰাত মুগা লেটাৰ প্ৰয়োজন সেয়েহে মূগাৰ দাম বৰ্তমান বজাৰত বহুত বেছি। কিন্তু তথাপিও মূগাৰ চহিদা বজাৰত হ্ৰাস পোৱা নাই, বৰঞ্চ বাঢ়িছেহে। বিশেষকৈ অসমীয়া কলা-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হিচাপে মূগাই অতিজৰে পৰা অসমীয়া সমাজত আদৰ পাই আহিছে।
২০১৫ চনত, চেণ্টাৰ অৱ ডি.এন.এ. ফিংগাৰপ্ৰিণ্ট এণ্ড ডায়েগন'ষ্টিকছ, হায়দৰাবাদ, ভাৰতত নাগাৰাজুৰ গৱেষক দলৰ আদৰ্শ গুপ্তা কেয়ে মুগা ৰেছম আঁহৰ সম্পূৰ্ণ ক্ৰম আৰু প্ৰটিনৰ গঠন আবিস্কাৰ কৰে আৰু নেচাৰ বৈজ্ঞানিক পুস্তিকাত প্ৰকাশ কৰে।[4]
২০০৯ চনত, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত উৎপল বড়া আৰু তেখেতৰ সহকৰ্মীবৃন্দই মুগা ৰেচম আঁহ কলা অভিযন্তন প্ৰয়োগৰ বাবে এক বিশ্বাসযোগ্য জৈৱ পদাৰ্থ বুলি প্ৰকাশ কৰে। [1]
মুগা পলু (ইংৰাজী: Antheraea assamensis) হৈছে ছেছৰনিডিয়া (Saturniidae) পৰিয়ালৰ অন্তৰ্গত অসম ৰেছম মথৰ পলু। ইয়াক উত্তৰ-পূব ভাৰত (প্ৰধানকৈ অসম)ত পোৱা য়ায়, ইয়াত ৯৯% উৎপাদিত হয়।
এই পলুৱে চোম গছ (Machilus bombycina) আৰু সোঁৱালো গছৰ (Litsea polyantha) পাত খাদ্য হিচাপে গ্ৰহণ কৰে।
মূগা পলুৰ পৰা আহৰণ কৰা ৰেছম কিছু সোনালী বৰণৰ আৰু যিমানেই পুৰণা হয়, সিমানেই তাৰ উজ্জ্বলতা বৃদ্ধি পায়। ই কেতিয়াও ৰং নেহেৰুৱাই আৰু কেতিয়াও ইয়াত দাগ নেলাগে। অন্য ৰেছম মথৰ দৰেই, মুগা মাইকী মথৰ উদৰ মতা মথৰ তুলনাত ডাঙৰ আৰু বেলনাকৃতিৰ। পলুসমূহো অন্য ৰেছম পলুৰ দৰেই ৰঙীন আৰু কেৱল এবিধ গছৰ পাত খায় (monophagous)। সুন্দৰ সোণোবালী বৰণ আৰু স্থায়িত্বৰ বাবে মুগা জনসাধাৰণৰ মাজত জনপ্ৰিয়। আন ৰেচমৰ তুলনাত মুগা অতি সোনকালে বেয়া নহয় আৰু ইয়াক সহজে ধুব পৰা যায়। এযোৰ মুগা কাপোৰৰ আয়ুস প্ৰায় ৫০ বছৰ বা তাতোধিক হ'ব পাৰে। বিভিন্ন ৰসায়নে (যেনে ছালফিউৰিক এছিদ)মূগাৰ ক্ষতি কৰিব নোৱাৰে। কিন্তু যিহেতু মুগা সূতাৰ উৎপাদনৰ বাবে অত্যাধিক মাত্ৰাত মুগা লেটাৰ প্ৰয়োজন সেয়েহে মূগাৰ দাম বৰ্তমান বজাৰত বহুত বেছি। কিন্তু তথাপিও মূগাৰ চহিদা বজাৰত হ্ৰাস পোৱা নাই, বৰঞ্চ বাঢ়িছেহে। বিশেষকৈ অসমীয়া কলা-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হিচাপে মূগাই অতিজৰে পৰা অসমীয়া সমাজত আদৰ পাই আহিছে।
২০১৫ চনত, চেণ্টাৰ অৱ ডি.এন.এ. ফিংগাৰপ্ৰিণ্ট এণ্ড ডায়েগন'ষ্টিকছ, হায়দৰাবাদ, ভাৰতত নাগাৰাজুৰ গৱেষক দলৰ আদৰ্শ গুপ্তা কেয়ে মুগা ৰেছম আঁহৰ সম্পূৰ্ণ ক্ৰম আৰু প্ৰটিনৰ গঠন আবিস্কাৰ কৰে আৰু নেচাৰ বৈজ্ঞানিক পুস্তিকাত প্ৰকাশ কৰে।
২০০৯ চনত, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত উৎপল বড়া আৰু তেখেতৰ সহকৰ্মীবৃন্দই মুগা ৰেচম আঁহ কলা অভিযন্তন প্ৰয়োগৰ বাবে এক বিশ্বাসযোগ্য জৈৱ পদাৰ্থ বুলি প্ৰকাশ কৰে। [1]
Antheraea assamensis, known as the muga silkworm as a larva and Assam silk moth as an adult, is a moth of the family Saturniidae. The species was first described by Johann Wilhelm Helfer in 1837. It is found in Assam in northeast India where 99% of its production occurs.[1]
The larvae feed on Cinnamomum, Funastrum (including former Sarcostemma species), Laurus, Litsea, Carpinus, Persea, Magnolia, Michelia, Quercus and Symplocos.
Its silk, one of the varieties of tussar silk, has a glossy golden hue which improves with age and washing. It is never bleached or dyed and is stain resistant. It was reserved for the exclusive use of elites in Assam. Like other silk moths, the female has a larger abdomen and slender antennae when compared to males. The larvae are vibrantly coloured and are monophagous as other silk moths.[2][3]
In 2015, Adarsh Gupta K of Nagaraju's research team at Centre for DNA Fingerprinting and Diagnostics, Hyderabad, India, discovered the complete sequence and the protein structure of muga silk fibroin and published it in Nature Scientific Reports.[4]
In 2009, Utpal Bora and his team at the Indian Institute of Technology Guwahati in Assam reported the potential of using muga silk fibroin as a promising biomaterial for tissue engineering applications.[5]
The disease known as pebrine is caused by Microsporidia (intercellular, fungal parasites), and affects Antheraea assamensis. This destructive disease obstructs the developmental processes of the Muga silkworm.[6]
An article that was published in 2020 talks about a study that was conducted about the moths. The study was that aimed at the cocoons, which were to be collected from 11 different regions of North East Indian regions where they are found. Researchers looked at the weight and silk quality of these cocoons.[7]
Antheraea assamensis, known as the muga silkworm as a larva and Assam silk moth as an adult, is a moth of the family Saturniidae. The species was first described by Johann Wilhelm Helfer in 1837. It is found in Assam in northeast India where 99% of its production occurs.
The larvae feed on Cinnamomum, Funastrum (including former Sarcostemma species), Laurus, Litsea, Carpinus, Persea, Magnolia, Michelia, Quercus and Symplocos.
Its silk, one of the varieties of tussar silk, has a glossy golden hue which improves with age and washing. It is never bleached or dyed and is stain resistant. It was reserved for the exclusive use of elites in Assam. Like other silk moths, the female has a larger abdomen and slender antennae when compared to males. The larvae are vibrantly coloured and are monophagous as other silk moths.
In 2015, Adarsh Gupta K of Nagaraju's research team at Centre for DNA Fingerprinting and Diagnostics, Hyderabad, India, discovered the complete sequence and the protein structure of muga silk fibroin and published it in Nature Scientific Reports.
In 2009, Utpal Bora and his team at the Indian Institute of Technology Guwahati in Assam reported the potential of using muga silk fibroin as a promising biomaterial for tissue engineering applications.
The disease known as pebrine is caused by Microsporidia (intercellular, fungal parasites), and affects Antheraea assamensis. This destructive disease obstructs the developmental processes of the Muga silkworm.
An article that was published in 2020 talks about a study that was conducted about the moths. The study was that aimed at the cocoons, which were to be collected from 11 different regions of North East Indian regions where they are found. Researchers looked at the weight and silk quality of these cocoons.
Antheraea assamensis is een vlinder uit de familie van de nachtpauwogen (Saturniidae).[1] De wetenschappelijke naam van de soort is voor het eerst geldig gepubliceerd in 1837 door Helfer.
Bronnen, noten en/of referentiesMuga Silkworm là ấu trùng của Antheraea assamensis (tên tiếng Anh: Assam Silkmoth), một loài bướm đêm thuộc họ Saturniidae. Nó được tìm thấy ở Ấn Độ (namely Assam), Myanma và Sundaland.
Ấu trùng ăn Cinnamomum, Laurus, Litsea, Carpinus, Persea, Magnolia, Michelia, Quercus, Sarcostemma và Symplocos. Tơ nó có màu vàng.[1]
Phương tiện liên quan tới Antheraea assamensis tại Wikimedia Commons
Dữ liệu liên quan tới Antheraea assamensis tại Wikispecies
Muga Silkworm là ấu trùng của Antheraea assamensis (tên tiếng Anh: Assam Silkmoth), một loài bướm đêm thuộc họ Saturniidae. Nó được tìm thấy ở Ấn Độ (namely Assam), Myanma và Sundaland.
Ấu trùng ăn Cinnamomum, Laurus, Litsea, Carpinus, Persea, Magnolia, Michelia, Quercus, Sarcostemma và Symplocos. Tơ nó có màu vàng.