dcsimg

পানিকা ফুল ( асамски )

добавил wikipedia emerging languages

পানিকা ফুল (বৈজ্ঞানিক নাম: Cuphea hyssopifolia) মেক্সিকো, গোৱাটিমালা আৰু হুন্দুৰাছৰ থলুৱা চিৰসেউজীয়া সৰু গুল্মজাতীয় উদ্ভিদ।[1][2] ইয়াৰ ইংৰাজী নাম হৈছে 'ফল্ছ হিথাৰ', 'হাৱায়ান হিথাৰ', 'মেক্সিকান হিথাৰ' আৰু 'এল্ফিন হাৰ্ব'। ই প্ৰায় 60 cm (24 in) ওখ আৰু 90 cm (35 in) বিস্তৃত হয়। ইয়াৰ ফুলৰ বৰণ বেঙুনীয়া, লিভেন্দাৰ বা বগা হয়।[3]

পানিকা ফুলৰ লেটিল নামৰ হিছ'পিফলিয়া (hyssopifolia) (অন্য উদ্ভিদকো এই নাম দিয়া হৈছে, যেনে Bassia hyssopifolia) শব্দৰ অৰ্থ হৈছে "হিছপ’ৰ পাত সদৃশ-পাতযুক্ত"।[4]

হাৱাইত প্ৰাকৃতিকভাবে গজা এই উদ্ভিদক তাত অপতৃণ হিচাপে গণ্য কৰা হয়।[3]

তথ্য সংগ্ৰহ

  1. Tenenbaum, Frances (2003). Taylor's Encyclopedia of Garden Plants. Houghton Miiflin Co.. পৃষ্ঠা. 121. ISBN 978-0-618-22644-3.
  2. 3.0 3.1 Harrison, Marie (2006). Groundcovers for the South. প্ৰকাশক Sarasota, Florida: Pineapple Press. পৃষ্ঠা. 30. ISBN 978-1-56164-347-9.
  3. James Donn, Hortus Cantabrigiensis: or, a Catalogue of Plants, Indigenous and Exotic (1809), p. 5
лиценца
cc-by-sa-3.0
авторски права
Wikipedia authors and editors
изворно
посети извор
соработничко мреж. место
wikipedia emerging languages

পানিকা ফুল: Brief Summary ( асамски )

добавил wikipedia emerging languages

পানিকা ফুল (বৈজ্ঞানিক নাম: Cuphea hyssopifolia) মেক্সিকো, গোৱাটিমালা আৰু হুন্দুৰাছৰ থলুৱা চিৰসেউজীয়া সৰু গুল্মজাতীয় উদ্ভিদ। ইয়াৰ ইংৰাজী নাম হৈছে 'ফল্ছ হিথাৰ', 'হাৱায়ান হিথাৰ', 'মেক্সিকান হিথাৰ' আৰু 'এল্ফিন হাৰ্ব'। ই প্ৰায় 60 cm (24 in) ওখ আৰু 90 cm (35 in) বিস্তৃত হয়। ইয়াৰ ফুলৰ বৰণ বেঙুনীয়া, লিভেন্দাৰ বা বগা হয়।

পানিকা ফুলৰ লেটিল নামৰ হিছ'পিফলিয়া (hyssopifolia) (অন্য উদ্ভিদকো এই নাম দিয়া হৈছে, যেনে Bassia hyssopifolia) শব্দৰ অৰ্থ হৈছে "হিছপ’ৰ পাত সদৃশ-পাতযুক্ত"।

হাৱাইত প্ৰাকৃতিকভাবে গজা এই উদ্ভিদক তাত অপতৃণ হিচাপে গণ্য কৰা হয়।

лиценца
cc-by-sa-3.0
авторски права
Wikipedia authors and editors
изворно
посети извор
соработничко мреж. место
wikipedia emerging languages